Перейти к содержимому

Andhra Police | Himashree Boro Case Uppdate| পানীখাইতি আৰক্ষী চকীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীৰ দল

News18 Assam/Northeast

0:00 / 0:00

Andhra Police | Himashree Boro Case Uppdate| পানীখাইতি আৰক্ষী চকীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীৰ দল

8 412 просмотров · Трансляция закончилась 19 часов назад
News18 Assam/Northeast
4,63 млн подписчиков
8 412 просмотров · Трансляция закончилась 19 часов назад
Andhra Police | Himashree Boro Case Uppdate| পানীখাইতি আৰক্ষী চকীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীৰ দল ক্ষিপ্ৰতাৰে চলিছে হিমাশ্ৰী বড়োৰ মৃত্যুৰ তদন্ত। পানীখাইতীত উপস্থিত অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ দল। হিমাশ্ৰীৰ পৰিয়ালৰ ভাষ্য গ্ৰহণ অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ। তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে চাৰিজনীয়া আৰক্ষীৰ দল। পানীখাইতী আৰক্ষী চকীত উপস্থিত হিমাশ্ৰীৰ পিতৃ, ভগ্নী আৰু মোমায়েক। হিমাশ্ৰীৰ ঘৰলৈও অন্ধ্ৰপ্ৰদেশ আৰক্ষী যোৱাৰ সম্ভাৱনা। ইতিমধ্যে হিমাশ্ৰীৰ মৃত্যু সন্দৰ্ভত GRP থানাত এজাহাৰ দাখিল পৰিয়ালৰ। ঘটনা সন্দৰ্ভত ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰিয়ালৰ। লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ | #HimashreeBoro #HimashreeBoroCase #HimashreeBoroDeath #PanikhaitiPoliceStation #AndhraPradeshPolice #AssamPolice #GuwahatiPolice #newsinassam #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত you have exceeded your role expectation and performance rating for the year is `Star'. Download our News18 Mobile App - https://onelink.to/desc-youtube Please follow up page to watch live and breaking news with latest videos added very hour. To subscribe our channel click here https://tinyurl.com/y5ymz4jk Please visit our website https://bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates. Get latest news updates as they happen on your phone, Download our app: Android: http://bit.ly/2ussJls , iPhone: http://apple.co/2usJEEm To subscribe our channel click here https://tinyurl.com/y5ymz4jk ID_PG