এসময়ৰ এগৰাকী জনপ্রিয় অভিনেত্রী,মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Pratidin Time
0:00 / 0:00
এসময়ৰ এগৰাকী জনপ্রিয় অভিনেত্রী,মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
125 623 просмотра · 1 год назад
Pratidin Time
2,66 млн подписчиков
125 623 просмотра · 1 год назад
এসময়ৰ এগৰাকী জনপ্রিয় অভিনেত্রী
নিচা আছিল মডেলিঙৰ, পেচা আছিল অভিনয়ৰ
স্ব-গৰিমাৰে মহিমামণ্ডিত হৈ উজলিছিল অভিনেত্রীগৰাকী
লাখ লাখ জনতাৰ প্রাণৰো আপোন আছিল তেওঁ
‘জোনদা ইমান গুণ্ডা’, ‘বাঁকৰ পুতেক’ তেওঁৰ অভিনয় জীৱনৰ অন্যতম চানেকি
২০১৫ত হঠাৎ জীৱনৰ পট-পৰিৱৰ্তন ঘটিছিল অভিনেত্রীগৰাকীৰ
২০১৬ চনত বটদ্রৱাৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল তেওঁ
লাহে লাহে অৰ্থ, তৈলমৰ্দন আৰু ক্ষমতা সৰ্বস্ব এখন পৃথিৱীত প্রৱেশ
এটা সময়ত ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্রীৰ দায়িত্ব
নিৰ্বাচনবোৰত ষ্টাৰ কেম্পেইনাৰৰ ভূমিকাও পালন কৰিছিল তেওঁ
ৰাজনীতিয়ে আমুৱালে নেকি সেইগৰাকী নেত্রীক?
পুনৰ নিজৰ পৃথিৱীখনলৈ ঘূৰি যোৱাৰ প্রচেষ্টা কৰিছে নেকি তেওঁ?
আজি সেইগৰাকী নেত্রীয়েই ‘অভিমত’ত
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #Abhimat #AngoorlataDeka