Перейти к содержимому

Gabhoru Bihu - Bornali Kalita ft Nilakshi Neog / Gargi / Santumoni New Assamese Bihu Video Song 2023

BORNALI KALITA OFFICIAL

0:00 / 0:00

Gabhoru Bihu - Bornali Kalita ft Nilakshi Neog / Gargi / Santumoni New Assamese Bihu Video Song 2023

3 978 916 просмотров · 3 года назад
BORNALI KALITA OFFICIAL
198 тыс. подписчиков
3 978 916 просмотров · 3 года назад
Copyright reserved by RONNEY INDIE MOVIES সংগীতৰ জগতখনৰ অবিস্মৰণীয় শিল্পী "ভিতালী দাস" বাইদেউক শ্ৰদ্ধাৰে স্মৰণ কৰি তেখেতৰ নামত "গাভৰু বিহু" উৎসৰ্গা কৰা হ'ল । "গাভৰু বিহু" দুৱৰি ঐ বাটৰে বন, তোৰ বাটে বাৰু গ'ল নে পাৰে হৈ বিহুলৈ বুকুৰে ধন নেযাবি দেই বোৱঁতী নৈ, চেনেহৰ চেনাইক মোৰ কেনিনো আহিছোঁ ,বালিত যাওঁ খোজৰ চিন থৈ এ দেহি ঐ ,এ ব্ৰহ্মপুত্ৰৰে পাৰৰে বৰ্হমথুৰি এজুপি আমি খৰিলোৰা ঠাই এ উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা ঐ ঐ তামোল দি ৰাখোতা নাই ।। ঐ টকাৰ সৰু সৰু মাতে সমনীয়া ,মাতে সমনীয়া টকাৰ সৰু সৰু মাত ঐ টকাৰ মাতে শুনি ৰ'ব মই নোৱাৰোঁ , ৰ'ব মই নোৱাৰোঁ এৰি যাওঁ পেটৰে ভাত ।। চেনি তগৰ ফুল ফুটুকলা এজুপি চেনি তগৰ ফুল ফুটুকলা দুজুপি ঐ চেনি তগৰ ফুল চেনি তগৰ ফুল ফুটুকলা ভিৰাই লৈ খাওঁ ঐ চেনি তগৰ ফুল ফুটুকলাৰ তলতে চেনি তগৰ ফুল আমিনো বিহু মাৰো ঐ চেনি তগৰ ফুল চেনি তগৰ ফুল জাতেদি জোৰা নাম গাওঁ ঐ গিৰিপ গিৰিপ ঐ ঢাপলিকা চৰায়ে গিৰিপ গিৰিপ ঐ ঢাপে ঢাপে চৰিলে গিৰিপ গিৰিপ ঐ বাঘলৈকো নকৰে গিৰিপ গিৰিপ ঐ ভয় এ এ ...গিৰিপ গিৰিপ ঐ আমাৰে নাচনী গিৰিপ গিৰিপ ঐ নাচিবলৈ ধৰিলে গিৰিপ গিৰিপ ঐ চাহাবলৈ নকৰে গিৰিপ গিৰিপ ঐ ভয় অ' আইদেউ লচপচী ৰিহা ল'লা কেঁচ বাছি ল'ৰা ল'লা মন বাছি আকৌ তোমাৰ বিহুলৈ , আকৌ তোমাৰ বিহুলৈ মন শালৰে ঐ কাপোৰে , অ' আইদেউ লচপচী ঐ তাঁতীলেহে নোজোৰে অ' আইদেউ লচপচী ঐ তেলিলেহে নোজোৰে তেলে আইদেউ লচপচী ল'ৰা ল'লা মন বাছি , আকৌ তোমাৰ বিহুলৈ আকৌ তোমাৰ বিহুলৈ মন অ' উজায়ে আহিলে , ম'হৰে গোৱালটি ম'হৰে কি কি নাম অ' বোলো ম'হৰে কি কি নাম অ' এজনী আই ঐ এজনী বাই ঐ এজনী ঐ নুমলী ফণি ল'লো মাই মাই মাই ৰুণুক জুনুককৈ তেওঁ জানো ৰংপুৰ জিলা জিলালৈ যায় ফোঁট ফোঁট কেতেকী তগৰৰ ফোঁট এ ক'লা চুলিতাৰি , মেঘে বৰণীয়া দেহাটি থানুৱা তেল পৰি পিছলা ফণি ল'লো মাই মাই মাই ৰুণুক জুনুককৈ তেওঁ জানো ৰংপুৰ জিলা জিলালৈ যায় মোৰ জান পমিলা ঔৰে গছতে মোৰ জান পমিলা মৌৱে বাহে ল'লে মোৰ জান পমিলা মোৰ জান পমিলা ককাইনো পাৰি দিয়া খাওঁ মোৰ জান পমিলা , এতোলা সোণেৰে মোৰ জান পমিলা বিড়ি গঢ়াই দিয়া মোৰ জান পমিলা মোৰ জান পমিলা বিহুনো মাৰিবলৈ যাওঁ অ' দৌ বেঙেনা নামেৰে অ' দৌ গুটি নপচাবা ঐ অ' দৌ পিৰালিত নিদিবা পিৰালিত নিদিবা ঠাই অ' দৌ ছোৱালী নামেৰে অ' দৌ জনম নধৰিবা অ' দৌ লোকেনো বনে কৰাই খায়ে দৌ , হ'ল নে নৌ বেলিনো ডুবো ডুবো, হ'ল নে দৌ , হ'ল নে নৌ বিহুনো সামৰিবৰ বিহুনো সামৰিবৰ হ'ল বিহুনো সামৰিবৰ বিহুনো সামৰি বৰ হ'ল এ জীয়াই থাকোঁ মানে ঐ ব'হাগৰ বিহুটি ঐ অসমীৰ থাকিব মান নেদেখা ঈশ্বৰে আমাকো ৰাখিলে ঐ ঐ অহা বাৰ বিহুত লগ পাম ।। Audio Credits : Singer : Bornali Kalita ft Nilakshi Neog & Gargi Music Arranged by Apurba Sunit Dhol : Pankaj, Lachit Pepa/Gagana/Taal : Pity Borah Baahi : Parmeshwar Basumatary Bin : Dr. Prasannalal Baruah. Backing vocals: Sristi, Priyanka. Recorded and Mix Mastered at Studio One by Late Ashim Das Poster design by Rituparna Bora. Video Credits : Choreography: Santumoni Sarmah Cinematography: Krishna Shah Assistant Choreography: Gayotri Boro Editor : Manas Kashyap Starring: Rose Bordoloi, Puja Dekaraja, Chaya Deka, Debika Rani, Juliian Gogoi, Austriyana Dihingiya, Farnas Bhuyan, Risika Paul. Photography : Dream Frames by Nilumoni Gogoi Makeup : Tulika (Bornali Kalita) Jewellery : Aparajita Jewellery (Bornali Kalita) Artist Makeup : Phulmoni Production : Rupam Kalita Special Thanks Soubhik, Kalpajyoti, Dhanmoni. #bornalikalita #gabhorubihu #nilakshineog