😋 আজি বনালোঁ তিল দিয়া হাঁহৰ মাংস আৰু ঘৰৰে ইমান দীঘল দীঘল তিতা কেৰেলা ভাজি ❤️🌿 | | Monica Vlog
Monica Vlog
0:00 / 0:00
😋 আজি বনালোঁ তিল দিয়া হাঁহৰ মাংস আৰু ঘৰৰে ইমান দীঘল দীঘল তিতা কেৰেলা ভাজি ❤️🌿 | | Monica Vlog
97 просмотров · 9 дн. назад
Monica Vlog
75 подписчиков
97 просмотров · 9 дн. назад
🌿❤️ আজি মোৰ ঘৰত কি কি ৰান্ধিলোঁ চাওঁ আহক!
আজি বনালোঁ তিল দিয়া জুতি লগা হাঁহৰ মাংস 😋 লগতে নিজৰ ঘৰৰে বাৰীত হোৱা ইমান দীঘল দীঘল তিতা কেৰেলা ভাজি। ঘৰুৱা পদ্ধতিৰে বনোৱা এই সুস্বাদু খাদ্যবোৰৰ সৈতে আজিৰ দিনটোৰ কিছু মৰমলগা মুহূৰ্ত আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। 🥰🍛
ভিডিঅ’টোত আপোনালোকে দেখিবলৈ পাব তিল দিয়া হাঁহৰ মাংস কেনেকৈ বনালোঁ আৰু ঘৰৰে তিতা কেৰেলাৰে কেনেকৈ জুতি লগা ভাজি প্ৰস্তুত কৰিলোঁ।
ভিডিঅ’টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ❤️
🙏 মোৰ ভিডিঅ’টো ভাল লাগিলে Like, Comment, Share আৰু মোৰ YouTube চেনেল Monica Vlog-টো Subscribe কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় কামনা কৰিলোঁ। ❤️🌿
#MonicaVlog #তিলদিয়াহাঁহৰমাংস #তিতা কেৰেলাভাজি #AssameseVlog #AssameseCooking #VillageCooking #AssameseFood #HomeCooking #DuckMeatRecipe