Adhoruwa Xur #আধৰুৱা সুৰ #incompletelove
অভ্যুদয় THE RISING ONCE
0:00 / 0:00
Adhoruwa Xur #আধৰুৱা সুৰ #incompletelove
1 915 просмотров · 7 дней назад
অভ্যুদয় THE RISING ONCE
71 подписчик
1 915 просмотров · 7 дней назад
কিছু সমস্যা , কিছু চিন্তা ধাৰা এক ক্ষুদ্ৰ ৰূপত প্ৰকাশ পোৱাবৰ বাবে মই সহায় লৈছিলোঁ "কবিতাৰ "না - না সময়ত ঘটিত কিছু চিন্তাধাৰা সংলগ্ন কৰি কবিতা লেখিবলৈ লৈছিলোঁ মই কোনো কবি নহয় বা মোৰ তাত কেনেদৰে এই কবিতা লেখা জাগ্ৰত হ'ল নেজানো বিভিন্ন ধৰণৰ কবিতা বিচাৰিব ফুৰিলোঁ আৰু এখন গল্প তৈয়াৰ ৰ প্ৰচেষ্টা কৰিলোঁ আৰু সেইখন আজিও মই নিজৰ পৰিমাণ দি আছোঁ । যা কি নহওঁক মোৰ আন এটা সপোন আছিল চুটি ছবি প্ৰস্তুত কৰা আজি মই 📌 জনাব খোজো সেই প্ৰথম চুটি ছবি আজি " গণেশ পূজাৰ " শুভক্ষণত আপোনালোকৰ মাজলৈ -- " আধৰুৱা সুৰ"
CAST--
শুভাশীষ ফণী
প্ৰান্তিক দাস
মেঘালী শিৱম
শ্যামন্ত দাস
ডেনিশ
অভিজিত দাস
শিবন নাথ
উন্মনা শৰ্মা
ৰবি দাস
ধনঞ্জয় বৰা
ঝংকৃতা গোস্বামী
Producer - প্ৰান্তিক দাস
Director - দৰ্শিত দৰ্শন গোস্বামী
Story and script - প্ৰান্তিক দাস
Music - প্ৰান্তিক দাস
Editing - 4 Eight Entertainment PNGB Road
Camera - পংকজ মাহতো
Special Thanks
পূৰ্ণিমা দেৱী দাস
প্ৰবীণ গোস্বামী
ৰিকু দাস