Перейти к содержимому

তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কি কি পঢ়িব লাগে? তৰ্ক প্ৰতিযোগিতা||Assamese Debate Competition-5

Assamese Sikhadipt

0:00 / 0:00

তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কি কি পঢ়িব লাগে? তৰ্ক প্ৰতিযোগিতা||Assamese Debate Competition-5

11 012 просмотров · 4 года назад
Assamese Sikhadipt
10 тыс. подписчиков
11 012 просмотров · 4 года назад
তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ কি কি পঢ়িব লাগে? তৰ্ক প্ৰতিযোগিতা||Assamese Debate Competition-5 মঞ্চত কথা কোৱাৰ সময়ত হোৱা ভয় কি দৰে দূৰ কৰিব?-    • মঞ্চত কথা কোৱাৰ সময়ত হোৱা ভয় কি দৰে দূৰ কৰ...   এই ভিদিঅ'ত আপোনালোকে গম পাব এখন তৰ্ক প্ৰতিযোগিতা ৰ বাবে আপুনি কেনে ধৰণৰ গ্ৰন্থ অধ্যয়ন কৰিব পাৰিব যত আমি ৫ টা কৌশল আপোনালোকৰ বাবে আগবহাইছোঁ ,আশা ৰাখিছোঁ সকলোৱে ভাল পাব। your queries: তৰ্ক প্ৰতিযোগিতা ৰ বাবে কি কি পঢ়িব লাগে তৰ্ক কৰাৰ কৌশল তৰ্ক প্ৰতিযোগিতা বক্তৃতা প্ৰতিযোগিতা ভাষণ দিয়াৰ কৌশল বক্তৃতা প্ৰতিযোগিতা ত স্থান লাভৰ উপায় Disclaimer: এই চেনেললৈ আপোনাক স্বাগতম, অসমৰ বিভিন্ন শিক্ষা বিষয়ক কথা-বতৰাৰ আলোচনা ৰ উদ্দেশ্যে এই চেনেলটো খোলা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ লগতে অনুস্থিত হ'ব লগা বিভিন্ন প্ৰতিযোগিতাৰ বিজ্ঞাপন আমি প্ৰচাৰ কৰিম,গতিকে এই চেনেলক subscribe কৰি শেহতীয়া তথ্য সমূহো পোনালোকে জানিব পাৰিব । আপোনাৰ সহযোগিতা ই আমাক যথেষ্ট সহায় কৰিব। ইয়াত সম্প্ৰচাৰিত হোৱা বিভিন্ন প্ৰতিযোগিতা বা বিভিন্ন অনুস্থান যথেষ্ট অনুসন্ধানৰ পিছত আমি প্ৰচাৰ কৰো তাৰমাজতো যদি আপোনালোকৰ কিবা ওজৰ আপত্তি থাকে তেন্তে আমাক diptasdas@gmail.com ত জনাব পাৰিব। ইয়াত প্ৰচাৰিত হ'ব লগা বিভিন্ন অনুস্থান বোৰ হ'ল- ১)তৰ্ক প্ৰতিযোগিতা ২)অনুসন্ধিৎসু বাখ্যা ৩)প্ৰেৰণাদায়ক কথা বতৰা ৪)জ্ঞানমূলক তথ্য ৫)বক্তৃতা প্ৰতিযোগিতা ৬)শেহতীয়া তথ্যৰাজি ইত্যাদি গতিকে channel টো subscribe কৰি থব। সকলোলৈকে শুভেচ্ছা জনালোঁ Assamese Sikhadipta #Assamese_sikhadipt #tips_of_speech #diptadas PLZ LIKE COMMENTS SHARE AND SUBSCRIBE