Перейти к содержимому

অমিত শ্বাহৰ গৃহমন্ত্ৰিত্বত ৰাজধানী দিল্লীত খাকী পোছাকধাৰীৰ ভিতৰতে বিদ্ৰোহ!

The CrossCurrent

0:00 / 0:00

অমিত শ্বাহৰ গৃহমন্ত্ৰিত্বত ৰাজধানী দিল্লীত খাকী পোছাকধাৰীৰ ভিতৰতে বিদ্ৰোহ!

3 570 просмотров · 1 дн. назад
The CrossCurrent
362 тыс. подписчиков
3 570 просмотров · 1 дн. назад
অমিত শ্বাহৰ গৃহমন্ত্ৰিত্বত ৰাজধানী দিল্লীত খাকী পোছাকধাৰীৰ ভিতৰতে বিদ্ৰোহ! এখন মটৰচাইকেলৰ পাৰ্কিং বিবাদে উদঙালে দিল্লী আৰক্ষীৰ প্ৰশাসনিক ব্যৱস্থাৰ ভিতৰৰ সংঘাত! অধিবক্তাৰ হেঁচাত আৰক্ষী বিষয়াক বদলি, বদলিৰ প্ৰতিবাদত আৰক্ষীৰ ৰাজপথত শক্তি প্ৰদৰ্শন। কিন্তু দিল্লী আৰক্ষীৰ প্ৰতিবাদৰ নেতৃত্ব দিয়া ACP মনস্বী বশিষ্ঠক নিলম্বন। নিজৰ বিভাগৰ বিৰুদ্ধে মাত মাতি প্ৰতিবাদ কৰাই অপৰাধ নেকি ACP মনস্বী বশিষ্ঠৰ বাবে? The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. #TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews