Перейти к содержимому

আজি দুৰ্গোৎসৱৰ মহাঅষ্টমী... | DURGA PUJA

PRATHAM KHABAR 24x7

0:00 / 0:00

আজি দুৰ্গোৎসৱৰ মহাঅষ্টমী... | DURGA PUJA

149 просмотров · 1 дн. назад
PRATHAM KHABAR 24x7
72,6 тыс. подписчиков
149 просмотров · 1 дн. назад
আজি দুৰ্গোৎসৱৰ মহাঅষ্টমী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজিও পৰিলক্ষিত হ’ল পূজা মণ্ডপত ভক্তৰ দীঘলীয়া শাৰি। অপায়–অমংগল নাশৰ কামনাৰে দেৱী দুৰ্গাৰ চৰণত পূজা–অৰ্চনা কৰিলে ভক্তপ্ৰাণ ৰাইজে। ঢাক–ঢোলৰ শব্দত পুৱাৰে পৰা প্ৰতিখন পূজা মণ্ডপ মুখৰিত হোৱাৰ লগতে পূজাৰীৰ মন্ত্ৰোচাৰণত দেহ–প্ৰাণ সজীৱ হ’ল ভক্তসকলৰ। #durgapuja #MahaAshtami #celebration #assam Subscribe to our channel for the latest news updates: https://shorturl.at/LGGcu Follow us on Facebook: @prathamkhabar24x7 Follow us on Instagram: @prathamkhabartv Follow us on Twitter: @khabar_pratham Our Website: https://prathamkhabartv.com #prathamkhabar24x7 #prathamkhabartv #prathamkhabarnews #prathamkhabarbreaking #prathamkhabar