অসম বিধানসভাত বিষ্ণু ৰাভাৰ ভূমিকা কেনেকুৱা আছিল? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
Pratidin Time
0:00 / 0:00
অসম বিধানসভাত বিষ্ণু ৰাভাৰ ভূমিকা কেনেকুৱা আছিল? মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
25 939 просмотров · 1 год назад
Pratidin Time
2,66 млн подписчиков
25 939 просмотров · 1 год назад
অসম বিধানসভাত বিষ্ণু ৰাভাৰ ভূমিকা কেনেকুৱা আছিল?
আজি ক’লে ৰাভাৰ লগত একেলগে বিধানসভাত থকা ৯৫ বছৰীয়া প্রেমধৰ বৰাই
বাঁওপন্থী চিন্তাধাৰাৰ কমৰেড বিষ্ণু ৰাভাৰ ডেকা কালৰ চিন্তা কেনে আছিল?
ক’লে বামপন্থী ৰাজনীতিক ৯৫ বছৰীয়া হেমেন দাসে
নৃত্যশিল্পী আৰু নৃত্যৰ গুৰু হিচাপে কেনেকুৱা আছিল বিষ্ণু ৰাভা?
ক’লে ৯২ বছৰীয়া পদ্মভূষণ যতীন গোস্বামীয়ে
নাট্যকাৰ-অভিনেতা হিচাপে কেনে আছিল বিষ্ণু ৰাভা?
সেয়া ক’লে তেজপুৰৰ সু-সন্তান ৮৩ বছৰীয়া ঐশ্বৰ্য কাকতিয়ে
বিষ্ণু ৰাভাই জে’লত লিখা এটা কবিতা আবৃত্তি কৰিলে বিধায়ক পদ্ম হাজৰিকাই
বিষ্ণু ৰাভাৰ কেইটিমান কালজয়ী গীত গালে প্রশান্ত ৰাজখোৱাই
বিষ্ণু ৰাভা দিৱসত আমাৰ বিশেষ ‘অভিমত’
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#pratidintime #assamnew #assam #abhimat #NitumoniSaikia #PadmaHazarika #tezpur #AishwaryaKakati #PrasantaRajkhowa #HemenDas