Перейти к содержимому

প্ৰভু তুমি কৰুণা সাগৰ | Assamese Devotional Song | Cover of শান্তা উজীৰ | সৰু বোৱাৰী বোলছবিৰ গীত

Assamese Pocket Tales

0:00 / 0:00

প্ৰভু তুমি কৰুণা সাগৰ | Assamese Devotional Song | Cover of শান্তা উজীৰ | সৰু বোৱাৰী বোলছবিৰ গীত

145 368 просмотров · 3 месяца назад
Assamese Pocket Tales
8,83 тыс. подписчиков
145 368 просмотров · 3 месяца назад
🙏 প্ৰভু তুমি কৰুণা সাগৰ 🙏 Enjoy this timeless Assamese devotional song, originally sung by legendary Assamese singer শান্তা উজীৰ and featured in the Assamese movie সৰু বোৱাৰী. This version has been carefully remastered to bring a cleaner listening experience while preserving the emotion and devotion of the original song. The song is associated with the film Saru Bowari. May this divine melody bring peace, devotion, and positivity to your heart. 🌸🕉️ 🎵 Song: প্ৰভু তুমি কৰুণা সাগৰ 🎤 Original Singer: শান্তা উজীৰ 🎬 Movie: সৰু বোৱাৰী ✨ Version: Remastered 🎧 Language: Assamese 🙏 Genre: Devotional If you enjoy Assamese devotional music, don’t forget to Like, Share & Subscribe. Lyrics ----------------------------------------------------------------------------- প্ৰভু তুমি কৰুণা সাগৰ প্ৰভু তুমি দয়াৰে সাগৰ অগতিৰ গতি তুমি জগতৰ পতি অগতিৰ গতি তুমি জগতৰ পতি কৰিছো মিনতি আমি মূৰ্খ মতি প্ৰভু তুমি কৰুণা সাগৰ হে প্ৰভু তুমি দয়াৰে সাগৰ শুনিয়োক সৰ্বজন ভকতি হে মহাধন আন জপ যজ্ঞ ধৰ্ম ধাণ্ডা আন জপ যজ্ঞ ধৰ্ম ধান্ধা ভকতি হে নিজ মাতা ভকতি হে গতি দাতা জানি ভকতিক গলে বান্ধা প্ৰভু তুমি কৰুণা সাগৰ হে প্ৰভু তুমি দয়াৰ সাগৰ জানি এৰা আন মতি ভকতিত কৰা ৰতি মুখত নেৰিবা হৰি নাম মুখত নেৰিবা হৰি নাম কেনে আছা বাট চাই নিতৌ আয়ু বৈ যায় নিৰন্তৰে বোলা ৰাম ৰাম প্ৰভু তুমি কৰুণা সাগৰ প্ৰভু তুমি দয়াৰে সাগৰ অগতিৰ গতি তুমি জগতৰ পতি অগতিৰ গতি তুমি জগতৰ পতি কৰিছো মিনতি আমি মূৰ্খ মতি প্ৰভু তুমি কৰুণা সাগৰ হে প্ৰভু তুমি দয়াৰ সাগৰ ------------------------------------------------------------ [Assamese prayers, Assamese prarthona, assamese bhaktimulak geet, borgeet, assamese hari naam, assamese hori naam, assamese devotional song, assamese naam ghosa, Tokari Geet, Devotional Assamese, naam kirtan, Assamese Bhakti song, zubeen garg hari nam song, assamese devotional song, new assamese songs, assamese Ghosa, assamese video, assamese songs, naam kirtan, Zubeen Garg, Assamese morning prayers] [অসমীয়া প্ৰাৰ্থনা, অসমীয়া নামঘোষা, অসমীয়া ভক্তিমূলক গীত, পুৱা গধূলিৰ প্ৰাৰ্থনা, অসমীয়া হৰিনাম, নাম ঘোষা, কীৰ্তন ঘোষা, টোকাৰী গীত, জুবিন গাৰ্গৰ গান, নাম কীৰ্তন, পালনাম, শংকৰদেৱ, শঙ্কৰদেৱ, মাধৱদেৱ] #assamesedevotional #assamesedevotionalsong #kirtan #namghar #sankardev #madhavdev #harinam #harinamkirtan #asomiya #assameseaudiostory #zubeengarg #assamesemusic