Перейти к содержимому

সময়ত কাম আদায় নকৰা অভিযন্তা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী পীয়ূষ হাজৰিকা

Pratidin Time

0:00 / 0:00

সময়ত কাম আদায় নকৰা অভিযন্তা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী পীয়ূষ হাজৰিকা

4 032 просмотра · 17 часов назад
Pratidin Time
2,66 млн подписчиков
4 032 просмотра · 17 часов назад
সময়ত কাম আদায় নকৰা অভিযন্তা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী পীয়ূষ হাজৰিকা। কামত দুৰ্নীতিৰ আশ্ৰয় লোৱা অভিযন্তা ঠিকাদাৰৰ বিৰুদ্ধে এক্সন মুডত মন্ত্ৰী পীযুষ হাজৰিকা। কাম নকৰা ঠিকাদাৰক শ্ব’কজ কৰাৰ লগতে জলসিঞ্চন বিভাগত ব্লেকলিষ্টেড কৰাৰ হুংকাৰ মন্ত্ৰীগৰাকীৰ। জলসিঞ্চন বিভাগক সক্ৰিয় কৰিবলৈ হ’লে ঠিকাদাৰ-অভিযন্তাই সলনি কৰিব লাগিব কৰ্ম-সংস্কৃতি। #PratidinTime #Irrigation #pijushhazarika