Перейти к содержимому

তুমি নাই গল্ডি…#NodiMurProthomBhalPua #ZubeenGarg #ZubeenDa #Axom #MelodyMatrixAI #AIgeneratedMusic

BISHAL ANURAG

0:00 / 0:00

তুমি নাই গল্ডি…#NodiMurProthomBhalPua #ZubeenGarg #ZubeenDa #Axom #MelodyMatrixAI #AIgeneratedMusic

672 просмотра · 8 дней назад
BISHAL ANURAG
554 подписчика
672 просмотра · 8 дней назад
#Assamesemodernsong #countryfolkmusic #lovesong #classicalsong #Assamesesong #AssamCulture #AssameseSong2026 তুমি নাই কিদৰে মানো গল্ডি তুমি উশাহত বতাহতো তুমি ভাৱৰ সাগৰত মাথোঁ তুমি আকাশে পথাৰে পাহাৰে তুমি ॥ তুমি নাই কিদৰে মানো গল্ডি তুমি উশাহত বতাহতো তুমি ॥ তোমাক দেখিছোঁ সলীল সাগৰত তুমি কেঁচা সোণৰ অনন্ত লহৰ দেখিছোঁ প্ৰেমৰ সাগৰত তুমি সপোনৰ সদাগৰ দেখিছোঁ প্ৰেমৰ সাগৰত তুমি সপোনৰ সদাগৰ ॥ তুমি নাই কিদৰে মানো গল্ডি তুমি উশাহত বতাহতো তুমি ভাৱৰ সাগৰত মাথোঁ তুমি আকাশে পথাৰে পাহাৰে তুমি ॥ শূন‍্য আশা শূন‍্য মায়া শূন‍্য কায়া শূন‍্যত বিলীন শূন‍্যৰ বসুন্ধৰা সাগৰ তলিৰ যুগশংখ তুমি আজি সাগৰে ল’লে আকোঁৱালি সাগৰ তলিৰ যুগশংখ তুমি আজি সাগৰে ল’লে আকোঁৱালি ॥ তুমি নাই কিদৰে মানো গল্ডি তুমি উশাহত বতাহতো তুমি ভাৱৰ সাগৰত মাথোঁ তুমি আকাশে পথাৰে পাহাৰে তুমি ॥ তুমি নাই কিদৰে মানো গল্ডি তুমি উশাহত বতাহতো তুমি ॥ #NodiMurProthomBhalPua #AssameseNostalgicSong #GuwahatiMemories #AssameseAICoverSong #ZubeenGarg #ZubeenDa #Axom #MelodyMatrixAI #SunoAIAssamese #AIgeneratedMusic