Перейти к содержимому

মূল্যবোধৰ ৰাজনীতিৰ এক ব্যতিক্রমী ছৱি ডিব্রুগড়ত, প্রতিদ্বন্দ্বী সোণোৱালৰ বাসগৃহত অজাপৰ সভাপতি....

Pratidin Time

0:00 / 0:00

মূল্যবোধৰ ৰাজনীতিৰ এক ব্যতিক্রমী ছৱি ডিব্রুগড়ত, প্রতিদ্বন্দ্বী সোণোৱালৰ বাসগৃহত অজাপৰ সভাপতি....

5 467 просмотров · 2 года назад
Pratidin Time
2,66 млн подписчиков
5 467 просмотров · 2 года назад
বহুতেই কয় মূল্যবোধৰ অৱক্ষয় হৈছে আজিৰ ৰাজনীতিত। সমালোচনাৰ নামত কটু মন্তব্যৰে একাংশই যেন অতি তৰল পৰ্যায়লৈ লৈ গৈছে ৰাজনীতিক। কিন্তু এনে পৰিৱেশৰ মাজতেই কিছু আদৰ্শ দেখুৱাবলৈ প্রয়াস ডিব্রুগড়ৰ বিৰোধী প্রাৰ্থী লুৰীণজ্যোতি গগৈৰ। প্রতিদ্বন্দ্বী প্রাৰ্থী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হৈ সোণোৱালৰ জ্যেষ্ঠ ভাতৃৰ পৰা আশীৰ্বাদ আৰু পৰামৰ্শ ল’লে বিৰোধী ঐক্যৰ প্রাৰ্থীগৰাকীয়ে। #pratidintime #assam #electionwithpratidintime