বানপানীৰ পিছত চাহ গছ হালধীয়া! গছ বচাবলৈ কৰা হ’ল বিশেষ Treatment
Mithun Paul AGRI GUIDANCE
0:00 / 0:00
বানপানীৰ পিছত চাহ গছ হালধীয়া! গছ বচাবলৈ কৰা হ’ল বিশেষ Treatment
161 просмотр · 3 дня назад
Mithun Paul AGRI GUIDANCE
281 подписчик
161 просмотр · 3 дня назад
বানপানীৰ পিছত চাহ গছ হালধীয়া হৈ গৈছে? 🌱
বানপানীৰ ফলত চাহ বাগিচাত পানী জমা হোৱা, গছ দুৰ্বল হোৱা আৰু পাতৰ ৰং হালধীয়া হোৱা আদি সমস্যা দেখা দিব পাৰে।
এই ভিডিঅ'টোত আমি এনে সমস্যাত আক্ৰান্ত চাহ গছৰ Treatment কেনেকৈ কৰা হৈছে আৰু Treatmentৰ বাবে কি কি উপাদান ব্যৱহাৰ কৰা হৈছে, সেই বিষয়ে দেখুৱাইছোঁ।
ভিডিঅ'টোত চাব পাৰিব:
✅ বানপানীৰ পিছত চাহ গছৰ অৱস্থা
✅ পাত হালধীয়া হোৱাৰ সমস্যা
✅ Treatmentৰ প্ৰয়োগ
✅ ব্যৱহাৰ কৰা সামগ্ৰীসমূহ
✅ Treatmentৰ পিছৰ Follow-up Result
👉 আপোনাৰ চাহ বাগিচাতো যদি বানপানীৰ পিছত এনে সমস্যা হৈছে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক।
📲 Contact No: 8638322051
💬 WhatsApp: 995782251
ভিডিঅ'টো ভাল লাগিলে LIKE 👍 | SHARE ↗️ | COMMENT 💬 | SUBSCRIBE 🔔 কৰিবলৈ নাপাহৰিব।
Mithun Paul Agri Guidance 🌱
কৃষকৰ অভিজ্ঞতা আৰু খেতিৰ বাস্তৱ ক্ষেত্ৰৰ তথ্যৰ বাবে আমাৰ সৈতে থাকক।
#TeaGarden #TeaPlant #AssamTea #TeaFarming #TeaGardenTreatment #বানপানী #চাহবাগিচা #চাহগছ #MithunPaulAgriGuidance