Перейти к содержимому

বৰ ৰজা ফুলেশ্বৰী | Part3️⃣ ৰংপুৰৰ দুৰ্গাপূজা আৰু গৌৰীসাগৰৰ ইতিহাস |Assamese Historical Story

Munu'sVerse🌌

0:00 / 0:00

বৰ ৰজা ফুলেশ্বৰী | Part3️⃣ ৰংপুৰৰ দুৰ্গাপূজা আৰু গৌৰীসাগৰৰ ইতিহাস |Assamese Historical Story

991 просмотр · 3 дн. назад
Munu'sVerse🌌
518 подписчиков
991 просмотр · 3 дн. назад
“বৰ ৰজা ফুলেশ্বৰী” Part 3-লৈ আপোনালোকক স্বাগতম! 🌺 এই খণ্ডত জানক আহোম ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়—গৌৰীসাগৰ পুখুৰী আৰু ইয়াৰ পাৰত অৱস্থিত ঐতিহাসিক শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌলৰ কাহিনী। আহোম যুগৰ ঐতিহ্য, গৌৰীসাগৰৰ বিশাল জলাশয় আৰু মন্দিৰসমূহৰ সৈতে জড়িত ইতিহাসৰ মাজেৰে আগবাঢ়িব এই কাহিনী। ফুলেশ্বৰীৰ সময়ৰ ৰাজকীয় পৰিৱেশ আৰু অসমৰ ঐতিহাসিক স্থাপত্যৰ গুৰুত্ব জানিবলৈ ভিডিঅ’টো শেষলৈকে চাওক। ❤️ Video ভাল লাগিলে Like কৰক 💬 আপোনাৰ মতামত Comment কৰক 🔔 Subscribe কৰি পৰৱৰ্তী Part-ৰ বাবে লগত থাকক। বৰ ৰজা ফুলেশ্বৰী — Part 3 শীঘ্ৰেই আহিব। #বৰৰজাফুলেশ্বৰী #Part2 #AssameseStory #AssameseHistoricalStory #AhomHistory #AhomKingdom #Phuleswari #AssamHistory #Rangpur #DurgaPuja #AssameseVideo #HistoricalDrama #AssameseYouTube