হাউলী ৰাসৰ টিকট খেলক লৈ মানুহৰ মাজত ব্যাপক উৎসাহ! ২০২৬ চনত কাৰ ভাগ্য জিলিকিব? 🤔🎁
Shahalam Life
0:00 / 0:00
হাউলী ৰাসৰ টিকট খেলক লৈ মানুহৰ মাজত ব্যাপক উৎসাহ! ২০২৬ চনত কাৰ ভাগ্য জিলিকিব? 🤔🎁
167 просмотров · 3 дн. назад
Shahalam Life
19 подписчиков
167 просмотров · 3 дн. назад
🎟️ ২০২৬ চনৰ ৯৯ সংখ্যক হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপন খেলক লৈ মানুহৰ মাজত ব্যাপক উৎসাহ আৰু আনন্দ দেখা গৈছে। মানুহে সঁচাকৈয়ে বহুত ডাঙৰ ডাঙৰ সপোন লৈ টিকট খেলত অংশগ্ৰহণ কৰিছে। কাৰ ভাগ্যত জিলিকিব বহু আকাংক্ষিত উপহাৰ? 🤔🎁
এই ভিডিঅ'টোত চাওক ৰাইজৰ মতামত আৰু তেওঁলোকৰ আশা-আকাংক্ষা।
ভিডিঅ'টো ভাল লাগিলে Like, Comment আৰু Share কৰিবলৈ নাপাহৰিব। ❤️
আপোনাৰ ভাগ্যত কি উপহাৰ পৰিব বুলি ভাবিছে? কমেণ্টত জনাব।
#HowlyRashMahotsav2026 #HowlyRash #TicketKhela #GiftCoupon #Howly #Assam #PublicOpinion #ৰাইজৰমতামত