Перейти к содержимому

কণীৰ বাকলিৰ জৈৱিক সাৰ ।। Homemade Eggshell Plant Fertilizer || Eggshell for Garden.

Help - always for you

0:00 / 0:00

কণীৰ বাকলিৰ জৈৱিক সাৰ ।। Homemade Eggshell Plant Fertilizer || Eggshell for Garden.

1 382 просмотра · 5 лет назад
Help - always for you
11,9 тыс. подписчиков
1 382 просмотра · 5 лет назад
" কণীৰ বাকলিৰ জৈৱিক সাৰ ।। Homemade Eggshell Plant Fertilizer " কেলচিয়াম হৈছে এনে এবিধ পুষ্টি সাধনকাৰী দ্ৰব্য যিয়ে উদ্ভিদক লহপহকৈ বঢ়াত সহায় কৰে । কেলচিয়ামৰ অভাৱত বিশেষকৈ গছৰ পুলিৰ পাতবোৰ মৰহি যোৱা, পাতত ক'লা দাগ পৰা তথা গছৰ ফুলবোৰ সৰি পৰা আৰু ফলবোৰ অকালতে পচি যোৱা দেখিবলৈ পোৱা যায় । কণীৰ বাকলিৰ জৰিয়তে উদ্ভিদৰ এই কেলচিয়ামৰ অভাৱ অতি সহজে আঁতৰ কৰিব পাৰি । সেয়েহে বন্ধু- বান্ধৱীসকল, মই মোৰ YouTube Channel "HELP - Always for you" ৰ জৰিয়তে কেনেদৰে ঘৰতে পেলনীয়া কণীৰ বাকলিৰ পৰা জৈৱিক সাৰ তৈয়াৰ কৰিব পাৰি তথা উদ্ভিদৰ কেলচিয়ামৰ অভাৱ দূৰ কৰিব পাৰি সেই বিষয়ে আপোনালোকলৈ ভিডিও টো আগবঢ়ালো। যদি ভিডিওটো ভাল পাই তেন্তে অনুগ্ৰহ কৰি LIKE, SHARE আৰু SUBSCRIBE কৰাৰ লগতে Comment কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ………………………………………………………………………………………………………………………………. …………………………. Stay tuned for more such informative videos in future, press the bell icon and subscribe our channel "HELP- Always for you". Thank You. ………………………………………………………………………………………………………………………………………………………… Watch other related videos: A. জৈৱিক সাৰ বা কেচুঁসাৰ কেনেকৈ তৈয়াৰ কৰিব ।। How to make Vermicompost:    • জৈৱিক সাৰ বা কেচুঁসাৰ কেনেকৈ তৈয়াৰ কৰিব ।।...  ; B. পাচলিত বিন্ধা কৰা বৰল জাতীয় পোক ধৰা ফান্দ ঘৰত কেনেদৰে তৈয়াৰ কৰিব পাৰি ।। Homemade Fruit Fly Trap :    • পাচলিত বিন্ধা কৰা বৰল জাতীয় পোক ধৰা ফান্দ ...  ; C. গো-মূত্ৰৰ পৰা কেনেদৰে জৈৱিক কীটনাশক তৈয়াৰ কৰিব পাৰি? || How to use cow urine as pesticide :    • গো-মূত্ৰৰ পৰা কেনেদৰে জৈৱিক কীটনাশক তৈয়াৰ ...  ; D. ছাগলীৰ গোৱৰৰ পৰা জৈৱিক সাৰ কেনেদৰে তৈয়াৰ কৰিব পাৰি ।। How to use Goat Manure as Organic Fertilizer :    • ছাগলীৰ গোৱৰৰ পৰা জৈৱিক সাৰ  কেনেদৰে তৈয়াৰ ...   ………………………………………………………………………………………………………………………………………………………….. #EggshellplantFertilizer, #HomemadeEggshellPlantFertilizer, #EggshellPlantWater, #Eggshellinplantsoil, #EggshellasFertilizer, #Eggshellpowder, #EggshellFertilizerbenefits, #Howtomakeeggshellcalciumpowder, #EggshellforGarden, #Help-AlwaysForYou,