ভূপেন মামাৰ আবেগ আৰু জুবিন দাৰ অতপালি ! কি ক’লে জ্যোতিৰ্ময়ে ? Rongmela TV #podcast #kids
RONGMELA TV
0:00 / 0:00
ভূপেন মামাৰ আবেগ আৰু জুবিন দাৰ অতপালি ! কি ক’লে জ্যোতিৰ্ময়ে ? Rongmela TV #podcast #kids
479 просмотров · 11 ч назад
RONGMELA TV
9,92 тыс. подписчиков
479 просмотров · 11 ч назад
ভূপেন হাজৰিকাৰ প্ৰতি থকা আবেগ আৰু জুবিন গাৰ্গৰ নানা ধৰণৰ অতপালি ! ❤️
দুয়োগৰাকী মহান শিল্পীৰ বিষয়ে কি ক’লে জ্যোতিৰ্ময়ে? ভূপেন মামাৰ সৃষ্টিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু জুবিন দাৰ সৈতে জড়িত মধুৰ স্মৃতি তথা আমোদজনক কথাবোৰ শুনিলে আপোনাৰো ভাল লাগিব।
জ্যোতিৰ্ময়ৰ মুখেৰে শুনক এই বিশেষ কথোপকথন।
ভিডিঅ'টো ভাল লাগিলে Like, Share আৰু Comment কৰিবলৈ নাপাহৰিব। Rongmela TV চেনেলটো Subscribe কৰি আমাৰ সৈতে থাকক।
#bhupenhazarika #zubeengarg #Jyotirmoy #assameseinterview #RongmelaTV #assameseculture #assameseartist