মুছলমান মহিলাসকল সন্তান জন্ম দিয়াৰ ফেক্টৰী বুলিও কৈছিলে কিন্তু এইবোৰত নিমাতঃ ৰকিবুল হুছেইন
Pratidin Time
0:00 / 0:00
মুছলমান মহিলাসকল সন্তান জন্ম দিয়াৰ ফেক্টৰী বুলিও কৈছিলে কিন্তু এইবোৰত নিমাতঃ ৰকিবুল হুছেইন
9 180 просмотров · 1 день назад
Pratidin Time
2,66 млн подписчиков
9 180 просмотров · 1 день назад
মই নিজেই কৈ আছিলো যে কংগ্ৰেছে যাকেই দিয়ে, হাই কামাণ্ডোয়ে সুধিছিল মই কৈছিলো যাকে দিয়ে, গৌৰৱ গগৈয়েও সুধিছিল যাকেই দিয়ে মই কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মই কৰিম কিন্তু মাজনিশাৰ এজন সাংবাদিক আছে যিয়ে তেওঁৰ দ্বাৰা কথাবোৰ কয় তেঁও লিখিছে প্ৰথম মই বোলে অমুক মই বোলে তমুক। মই কৈয়ে দিছিলো হাইকামাণ্ডোক অপেনলি। এইবিলাক খুচৰা পলিটিক্স কৰি থাকে, হিমন্ত বিশ্ব শৰ্মাই কৈছিল মিঞাৰ ভোট নালাগে। মুছলমান মানুহক বহুত শাস্তি দিলো এইবাৰ কামিহাড় ভাঙি দিম আকৌ এজনে কৈছে মহিলাসকলে মুখ বান্ধি বান্ধি আহে মুছলমানৰ। মুছলমান মহিলাসকল সন্তান জন্ম দিয়াৰ ফেক্টৰী বুলিও কৈছিলে কিন্তু এইবোৰত নিমাতঃ ৰকিবুল হুছেইন
#PratidinTime #AssamNews #assam #rokibulhossain