Перейти к содержимому

চৰাইদেউ সমন্বয় বিহু দলৰ সুন্দৰ হুঁচৰি প্ৰদৰ্শন | Charaideo Samannay Bihu Dal | Chowkidingee Bihu

Anupom Bitupon

0:00 / 0:00

চৰাইদেউ সমন্বয় বিহু দলৰ সুন্দৰ হুঁচৰি প্ৰদৰ্শন | Charaideo Samannay Bihu Dal | Chowkidingee Bihu

65 397 просмотров · 4 месяца назад
Anupom Bitupon
1 млн подписчиков
65 397 просмотров · 4 месяца назад
TITLE:- চৰাইদেউ সমন্বয় বিহু দলৰ সুন্দৰ হুঁচৰি প্ৰদৰ্শন | Charaideo Samannay Bihu Dal | Chowkidingee Bihu নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিওটোত আপোনালোকে দেখিবলৈ পাব ডিব্ৰুগড়ৰ কেন্দ্ৰীয় ৰঙালী উৎসৱত অংশগ্ৰহণ কৰা চৰাইদেউৰ অন্যতম জনপ্ৰিয় 'চৰাইদেউ সমন্বয় বিহু হুঁচৰি দল'-ৰ এক সুন্দৰ প্ৰদৰ্শন। প্ৰতিযোগিতাত জয়-পৰাজয় থাকেই, কিন্তু এই দলটোৱে নিজৰ নিখুঁত ঢোলৰ চাপ আৰু নাচোনৰ ভংগীমাৰে উপস্থিত সকলো দৰ্শকৰে মন মুহিবলৈ সক্ষম হয়। পুৰস্কাৰতকৈ আমাৰ বাবে তেওঁলোকৰ এই কষ্ট আৰু কলা-সংস্কৃতিৰ প্ৰতি থকা চেনেহহে বেছি ডাঙৰ। তেওঁলোকৰ এই সুন্দৰ প্ৰদৰ্শন উপভোগ কৰক। Hello friends, In this video, witness the energetic and soulful performance of the 'Charaideo Samannay Bihu Husori Group' at the Central Rongali Utsav, Dibrugarh2026. In every competition, winning or losing is part of the game, but this group won the hearts of the audience with their incredible rhythm and tradition. Let's appreciate their hard work and dedication to our Assamese culture. স্থান (Venue):ব’হাগী ক্ষেত্ৰ (চৌকিডিঙী খেলপথাৰ, ডিব্ৰুগড়) অনুষ্ঠান (Event):কেন্দ্ৰীয় ৰঙালী উৎসৱ-২০২৬ #CharaideoBihu #bihu #Charaideo_SamannayBihuDal #AssameseBihu #HusoriCompetition #DibrugarhBihu #RongaliBihu2023 #AssameseCulture #BihuHusori Audience Search:- Charaideo Samannay Bihu Dal Charaideo Bihu Group Performance Dibrugarh Chowkidingee Bihu 2026 Assamese Bihu Husori Video Traditional Bihu Dance Charaideo Bihu Dal at Dibrugarh