বজালীত বহা চাকৰিৰ বজাৰে কঁপাইছে চৰকাৰৰ বৰঘৰত....
Pratidin Time
0:00 / 0:00
বজালীত বহা চাকৰিৰ বজাৰে কঁপাইছে চৰকাৰৰ বৰঘৰত....
5 359 просмотров · 5 часов назад
Pratidin Time
2,66 млн подписчиков
5 359 просмотров · 5 часов назад
বজালীত বহা চাকৰিৰ বজাৰে কঁপাইছে চৰকাৰৰ বৰঘৰত। প্ৰথমে দুৰ্নীতিৰ ধন সোমোৱা বেংক একাউণ্টৰ গৰাকী ধ্ৰুৱজ্যোতি হালৈৰ বিস্ফোৰক অভিযোগ। তাৰ পাছতে দোষ স্বীকাৰ কৰি মুখ খুলিছে অন্যতম অভিযুক্ত অনুপমা দেৱী আৰু দীপিকা শৰ্মাই। ভুল স্বীকাৰ কৰিলেও নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ ইজনে আনজনলৈ দোষ ঠেলি কৰিছে আক্ৰমণ।
#PratidinTime #AssamNews #assam #BAJALI #JobScam