Перейти к содержимому

কংগ্ৰেছ সাংসদ আংগমচা বিমল আকইজামৰ বিৰুদ্ধে তৎপৰতা অব্যাহত ৰাখিছে বিজেপিয়ে

Pratidin Time

0:00 / 0:00

কংগ্ৰেছ সাংসদ আংগমচা বিমল আকইজামৰ বিৰুদ্ধে তৎপৰতা অব্যাহত ৰাখিছে বিজেপিয়ে

1 210 просмотров · 9 ч назад
Pratidin Time
2,67 млн подписчиков
1 210 просмотров · 9 ч назад
ছাত্ৰীক যৌন নির্যাতনৰ অপৰাধত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা বর্খাস্ত হোৱা অধ্যাপক তথা কংগ্ৰেছ সাংসদ আংগমচা বিমল আকইজামৰ বিৰুদ্ধে তৎপৰতা অব্যাহত ৰাখিছে বিজেপিয়ে। আজিও বিজেপিৰ মহিলা সাংসদসকলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুক সাক্ষাৎ কৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে। কংগ্ৰেছ নেতৃত্বই সাংসদ বিমল আকইজামৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাত তেওঁক সাংসদৰ পৰা বর্খাস্ত কৰাত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ কামনা কৰে বিজেপিৰ মহিলা সাংসদসকলে। #PratidinTime #JNU #BJP