Перейти к содержимому

তিনিদিনীয়াকৈ আয়োজন কৰা জুবিন দিৱসৰ আজি দ্বিতীয়টো দিন

Pratidin Time

0:00 / 0:00

তিনিদিনীয়াকৈ আয়োজন কৰা জুবিন দিৱসৰ আজি দ্বিতীয়টো দিন

2 687 просмотров · 4 часа назад
Pratidin Time
2,66 млн подписчиков
2 687 просмотров · 4 часа назад
তিনিদিনীয়াকৈ আয়োজন কৰা জুবিন দিৱসৰ আজি দ্বিতীয়টো দিন। আজি অনুষ্ঠিত হ’ব ‘গীতে-মাতে জুবিন বন্দনা’ শীৰ্ষক অনুষ্ঠান। হাতত উপহাৰ লৈ জুবিনক্ষেত্ৰলৈ আহিছে অনুৰাগীসকল। ৰাজ্য ভিন্ন প্ৰান্তৰ পৰা জুবিন ক্ষেত্ৰলৈ আহিছে অনুৰাগী, শিল্পী, কলা-কুশলী। চাওক এই প্ৰতিবেদন। #PratidinTime #ZubeenKhetra #ZubeenGarg