নতুন ঠাই, নতুন যাত্ৰা! ভুবনেশ্বৰৰ পৰা বাংগালুৰুলৈ আমাৰ বদলিৰ বাবে ঘৰৰ বয়বস্তু পৰিবহন কৰাৰ প্ৰস্তুতি
Jaan Maina Official
0:00 / 0:00
নতুন ঠাই, নতুন যাত্ৰা! ভুবনেশ্বৰৰ পৰা বাংগালুৰুলৈ আমাৰ বদলিৰ বাবে ঘৰৰ বয়বস্তু পৰিবহন কৰাৰ প্ৰস্তুতি
16 просмотров · 13 дней назад
Jaan Maina Official
337 подписчиков
16 просмотров · 13 дней назад
নতুন ঠাই, নতুন যাত্ৰা! ভুবনেশ্বৰৰ পৰা বাংগালুৰুলৈ আমাৰ বদলিৰ বাবে ঘৰৰ বয়বস্তু পৰিবহন কৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। ৰেলৱে পাৰ্চেল অফিচত কথা-বতৰা পাতি, তাৰ মাজতে কিছু সময় উলিয়াই চাহৰ জুতি লোৱা আৰু তাৰপাছত ফ্ৰেছ ফলমূল কেইটা মান কিনি ঘৰলৈ অহাৰ এই দৈনন্দিন ৰুটিনটোৰ এক সুন্দৰ মুহূৰ্ত আপোনালোকৰ সৈতে ভগাই ল’লো।
#BhubaneswarToBengaluru #HouseShiftingVlog #NewJourneyBegin #RailwayParcelOffice #DailyRoutineVlogs #BengaluruDiaries #LifeInOdisha #FreshFruitsShopping #TravelAndRelocation #JaanMainaOfficial