Перейти к содержимому

অখিল গগৈক সহযোগ কৰিবলৈ আহি আজি দিছপুৰত আটক হ’ল ৰাইজৰ দলৰ এদল নেতা

Pratidin Time

0:00 / 0:00

অখিল গগৈক সহযোগ কৰিবলৈ আহি আজি দিছপুৰত আটক হ’ল ৰাইজৰ দলৰ এদল নেতা

9 625 просмотров · 1 день назад
Pratidin Time
2,67 млн подписчиков
9 625 просмотров · 1 день назад
দিছপুৰত অব্যাহত আছে অখিল গগৈৰ প্ৰতিবাদ। অখিল গগৈক সহযোগ কৰিবলৈ আহি আজি দিছপুৰত আটক হ’ল ৰাইজৰ দলৰ এদল নেতা। এই লৈ মহানগৰ আৰক্ষীৰ তৎপৰতাক গৰিহণা দি উজনি অসমৰ মানুহক মুখ্যমন্ত্ৰীয়ে উপহাস আৰু তাচ্ছিল্য কৰাৰ লগতে অলপো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। লগতে তেওঁ প্ৰধানমন্ত্ৰীৰ মূৰত কলহ ভাঙিবলৈও আহ্বান জনাইছে ৰাইজক। ইফালে অখিল গগৈৰ অভিযোগ খণ্ডন কৰি মুখ্যমন্ত্ৰীয়ে ক’লে- আন্দোলন সামৰিলেহে উজনিৰ ক্ষতিগ্ৰস্তই সাহায্য পাব। #PratidinTime #AssamNews #guwahati #AkhilGogoi #protest #RaijorDal