#কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ #আগৰাতলি বনাঞ্চল#KazirangaNationalPark #AGORATOLI #RANGE #REOPENING
Romans update BOKAKHAT
0:00 / 0:00
#কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ #আগৰাতলি বনাঞ্চল#KazirangaNationalPark #AGORATOLI #RANGE #REOPENING
44 просмотра · 1 дн. назад
Romans update BOKAKHAT
14,1 тыс. подписчиков
44 просмотра · 1 дн. назад
পৰ্যটকৰ বাবে পুনৰ মুকলি হল #কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ #আগৰাতলি বনাঞ্চল ।
মুকলি অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক অৰুণ বিগনেচ , NEPCO সঞ্চালক অনিৱেশ শইকীয়া লগতে জীপ চাফাৰী সন্থা, স্থানীয় ৰাইজ লগতে চুইডেনৰ এজন পৰ্যটক ।
চৰাইৰ স্বৰ্গভূমি হিচাপে খ্যাত আগৰাতলি ৰেঞ্জ প্ৰতিবছৰে বাৰিষাৰ বাবে বন্ধ থাকে। আজিৰে পৰা নতুন পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হৈছে আগৰাতলি বনাঞ্চল।
আগৰাতলিৰ মূল আকৰ্ষণ হৈছে চহলা বিল। এই বিলত বিভিন্ন প্ৰজাতিৰ স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ সমাগম হয়। পেলিকান, শামুকভঙা, মাছৰোকাৰ লগতে বিদেশৰ পৰা অহা বহু পৰিভ্ৰমী চৰাই ইয়াত দেখা যায়।
চৰাইৰ লগতে ইয়াত এশিঙীয়া গঁড়, বনৰীয়া ম'হ, হাতীৰ দৰ্শনো পোৱা যায়। পৰ্যটক সকলে জীপ ছাফাৰীৰ জৰিয়তে এই সৌন্দৰ্য উপভোগ কৰিব পাৰিব।
বন বিভাগে পৰ্যটকৰ সুৰক্ষা আৰু সুবিধাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। পুৱা আৰু আবেলি দুটা শ্বিফ্টত ছাফাৰী কৰিব পাৰি পৰ্যটক সকলে।
আগৰাতলি মুকলি হোৱাৰ লগে লগে কাজিৰঙাত পৰ্যটকৰ ভিৰ বৃদ্ধি পাব বোলি আশা ৰাখিছে উদ্যান কৰ্তৃপক্ষই।
##KazirangaNationalPark #AGORATOLI #RANGE #REOPENING
#AssamTourism
#AssamForestDepartment
#reopening
#agoratoli
#jeepsafari
#CMOASSAM