বৰমা দুৰ্গা পূজাৰ দশমী 🎉🔥 | সাংস্কৃতিক অনুষ্ঠান, ৰাৱণ দহন আৰু বহুত আনন্দ | Durga Puja Vlog 2026
Debabrat Vlogs
0:00 / 0:00
বৰমা দুৰ্গা পূজাৰ দশমী 🎉🔥 | সাংস্কৃতিক অনুষ্ঠান, ৰাৱণ দহন আৰু বহুত আনন্দ | Durga Puja Vlog 2026
112 просмотров · 5 дн. назад
Debabrat Vlogs
121 подписчик
112 просмотров · 5 дн. назад
🙏 নমস্কাৰ সকলোকে ❤️
আজি মই আপোনালোকক দেখুৱাম বৰগাছাৰ দুৰ্গা পূজাৰ দশমীৰ বিশেষ Vlog 2026। 🎉
এই ভিডিঅ'টোত আপোনালোকে উপভোগ কৰিব পাৰিব দুৰ্গা পূজাৰ সুন্দৰ পৰিৱেশ, সাংস্কৃতিক অনুষ্ঠান, গান-বাজনা, ৰাৱণ দহন আৰু বহুত ধেমালি-আনন্দ। ❤️🔥
ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগিল Comment কৰি জনাব।
🙏 ভিডিঅ'টো ভাল লাগিলে Like 👍, Share আৰু Subscribe কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই মোৰ নতুন YouTube Channel-টোক আগুৱাই লৈ যাব। ❤️
ধন্যবাদ 🙏
জয় মা দুৰ্গা! 🌺
#DurgaPuja2026 #BorgachaDurgaPuja #AssameseVlog