নদীৰ অপেক্ষা 🌧️💔 | অসমীয়া আৱেগিক কবিতা | Assamese Emotional | Assam Inspire
Assam Inspire
0:00 / 0:00
নদীৰ অপেক্ষা 🌧️💔 | অসমীয়া আৱেগিক কবিতা | Assamese Emotional | Assam Inspire
10 просмотров · 2 дн. назад
Assam Inspire
135 подписчиков
10 просмотров · 2 дн. назад
কিছুমান অপেক্ষাৰ কেতিয়াও শেষ নহয়… 💔
এখন নদী আৰু এজাক বৰষাৰ মাজত গঢ় লৈ উঠা এক নীৰৱ প্ৰেমৰ কাহিনী। এদিন যি বৰষাই নদীৰ বুকুত হাজাৰ সপোন সিঁচি থৈ গৈছিল, এদিন সেই বৰষাই নদীখনক অকলশৰীয়া কৰি আঁতৰি গ'ল।
তথাপিও নদীখনে আজিও অপেক্ষা কৰি আছে। হয়তো এদিন আকৌ বৰষা আহিব...
এই কবিতাটোৰ মাজেৰে বিচ্ছেদ, স্মৃতি, ভালপোৱা আৰু অপেক্ষাৰ অনুভূতি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ।
❤️ ভিডিঅ'টো ভাল লাগিলে Like, Comment আৰু Share কৰিব। 🔔 নতুন নতুন অসমীয়া কবিতা শুনিবলৈ YouTube Channel Assam Inspire Subscribe কৰক।
Facebook Page: merbil lakhona bori Instagram: merbil lakhona bori YouTube: Assam Inspire
আপোনালোকৰ মৰম আৰু আশীৰ্বাদ কামনা কৰিলোঁ।
ধন্যবাদ। ❤️
Assamese poem, Assamese emotional poetry, Assamese sad poem, Assamese love poem, Assamese breakup poem, Assamese kobita, Assamese romantic poem, Assamese heart touching poem, Assamese voice poetry, Assam Inspire, নদীৰ অপেক্ষা, অসমীয়া কবিতা।
#নদীৰ_অপেক্ষা #অসমীয়াকবিতা #AssamesePoetry #AssameseKobita #AssameseEmotionalPoetry #AssameseSadPoem #AssameseLovePoem #HeartTouchingPoetry #AssameseVoice #AssamInspire #MerbilLakhonaBori #EmotionalPoetry #AssameseLiterature