মঙ্গৰ বাৰে ব্ৰত কৰিব লাগে নে নালাগে||শাস্ত্ৰই দিছে স্পষ্ট উত্তৰ||ভাগৱত ব্যাখ্যা||
Sonjib Mix
0:00 / 0:00
মঙ্গৰ বাৰে ব্ৰত কৰিব লাগে নে নালাগে||শাস্ত্ৰই দিছে স্পষ্ট উত্তৰ||ভাগৱত ব্যাখ্যা||
5 292 просмотра · 1 месяц назад
Sonjib Mix
43,4 тыс. подписчиков
5 292 просмотра · 1 месяц назад
মঙ্গৰ বাৰে ব্ৰত কৰিব লাগে নে নালাগে||শাস্ত্ৰই দিছে স্পষ্ট উত্তৰ||ভাগৱত ব্যাখ্যা||
🙏 মঙ্গলবাৰে ব্ৰত কৰিব লাগে নে নালাগে? এই প্ৰশ্ন বহু ভক্তৰ মনত থাকে। শাস্ত্ৰ অনুসৰি মঙ্গলবাৰৰ ব্ৰতৰ প্ৰকৃত নিয়ম কি? কোনে এই ব্ৰত কৰিব পাৰে? কৰিলে কি ফল পোৱা যায়, আৰু কি কি নিয়ম মানিব লাগে?
এই ভিডিঅ'টোত ভাগৱত ব্যাখ্যাৰ জৰিয়তে শাস্ত্ৰসম্মত স্পষ্ট উত্তৰ দিয়া হৈছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু শাস্ত্ৰই কোৱা সত্য কথা জানক।
📖 এই ভিডিঅ'টো ভাল লাগিলে— 👍 Like কৰক
💬 Comment কৰি আপোনাৰ মতামত জনাওক
🔔 Channel Subscribe কৰি Bell Icon টিপি দিয়ক, যাতে নতুন ভাগৱত ব্যাখ্যা মিছ নকৰে।