Dusokue Dusokute - Sannan Labib | ANURANAN MUSIC | Official Song
Anuranan Music
0:00 / 0:00
Dusokue Dusokute - Sannan Labib | ANURANAN MUSIC | Official Song
2 326 просмотров · 1 г. назад
Anuranan Music
32,6 тыс. подписчиков
2 326 просмотров · 1 г. назад
#anurananmusic #trosto
Song Composition , Penned & Performed by Sannan Labib ( https://www.instagram.com/sannan_labi... )
Music Composition & Mixed - Mastered by @trostobikax
Bass Guitar : Channd
Art Work by RikI
Lyrics :
দুচকুৱে দুচকুতে
মনে মনে কি ক'লে
তোমাৰ দুটি চকুৰ
অভিমান মৰম জনাব খুজিছানে
তোমাৰ ভাৱনাতে
বিলীন হ'ব খোজো
চিনাকি হৈয়ো আজি
অচিনাকি হ'ব খোজো
মায়া সানি গুচিগলা
কিয় বাৰু হঠাতে
ৰদালি হৈ আহিছিলা
এন্ধাৰ বিলাই থৈ গলাঁ
গীতৰ সুৰৰে কাহিনী
গীতৰ সুৰতেই জীৱনী
গীতৰ সুৰৰে কাহিনী
গীতৰ সুৰতেই জীৱনী
নিভাজ মনেৰে ভাল পোৱাৰ আশাৰে
মনত পৰেনে আজি
নিজন মনতে চকুলো বাগৰি মনত পৰেনে আজি ||
Artist Team : Abhinava Nath , Bhagav pall , Ibba Sania
#sannanlabib