Перейти к содержимому

Mur Kothai Amoni Korene | Zubeen Garg | Assamese Song | Lyrics Video Zubeen pameh gam]

Zubeen pameh gam

0:00 / 0:00

Mur Kothai Amoni Korene | Zubeen Garg | Assamese Song | Lyrics Video Zubeen pameh gam]

782 просмотра · 12 дней назад
Zubeen pameh gam
15 подписчиков
782 просмотра · 12 дней назад
. . Song: Mur Kothai Amoni Korene Singer: Zubeen Garg Music: Jayanta Kakati Lyrics: Pankaj Chutia Tune: Pankaj Chutia & Jayanta Kakati Music Arrangements: Bablu Mixed Mastered: Pinku মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা স্মৃতিবোৰে যদি প্রশ্ন কৰে পাৰিবানে উত্তৰ লিখিবলে তুমি কিয় এনে কৰিলা এৰা সুতি এৰা দি এৰিলা মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা যাবৰে সময়ত একোকে নকলা কিদৰে থাকিম নাভাবিলা যাবৰে সময়ত উভতি নাচালা কিদৰে পাহৰিম নুবুজিলা... নপৰেনে মনতে আঁতৰি দূৰে দূৰে চকুলো বাগৰে নে দুগালেৰে মোলৈ মনত পৰিলে তুমি নিজানত বহিলে মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা গোলাপৰে পুলি তুমিয়েটো ৰুলা কলিটি মেলোতেই চিঙি দিলা সুখে দুখে থাকিম তুমি কথা দিলা চিনাকি নহওতেই আঁতৰিলা নপৰেনে মনতে আঁতৰি দূৰে দূৰে চকুলো বাগৰেনে দুগালেৰে মোলৈ মনত পৰিলে তুমি নিজানত বহিলে... মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা 𝑇ℎ𝑖𝑠 𝑣𝑖𝑑𝑒𝑜 𝑤𝑎𝑠 𝑚𝑒𝑎𝑛𝑡 𝑡𝑜 𝑏𝑒 𝑒𝑛𝑡𝑒𝑟𝑡𝑎𝑖𝑛𝑚𝑒𝑛𝑡 𝑝𝑢𝑟𝑝𝑜𝑠𝑒𝑠 𝑜𝑛𝑙𝑦 DISCLAIMER: this video is just a harmless and honest at creating entertaining video. Please don't apply a copyright takedown request. Thanks #assamesesong #zubeengarg #murkothaiamonikorene #jiiintu #assamesesadsong