Перейти к содержимому

Faguni Tumi - Anurag Pritam | Neha Dutta | Valentine’s Day Special | Sonmoni

Anurag Pritam Musical

0:00 / 0:00

Faguni Tumi - Anurag Pritam | Neha Dutta | Valentine’s Day Special | Sonmoni

14 057 просмотров · 1 год назад
Anurag Pritam Musical
21,1 тыс. подписчиков
14 057 просмотров · 1 год назад
মই মোৰ ফাগুনী জনীক পালো আপোনালোকে জনাবচোন তাইক লগ পাই কেনে লাগিল ! জনাব দেই …. Audio Credis - Male Vocalist : Anurag Pritam Kakoti Female Vocalist : Neha Dutta Lyrics : Sonmoni Gowala Music Direction / Arrangement : Anurag Pritam Kakoti Mix : Ritunjoy Saikia ( RJS ) Master : D.btz Flute : Dadu Rajkhowa Tabla and Percussion : Pankaj Kalita ( Apel ) Guitars : Amar Jyoti Gayan Pianica : Anurag Pritam Kakoti Recorded By Ankur jyoti Borah Recorded at Bangsi Gopal Studio, Majuli ( Anurag Pritam Kakoti ) Audio Produce By B.G STUDIO Video Credits - Produced by Sonmoni Gowala Artwork : Arpita Sarmah Animation : Jagadish Deka Spacial Thanks - Maa, Papa, Sukanya ,Chinmoy, Banamali ,Torali , Meghna, Aslesha,Mayuri, Arista, Kasturi Borthakur. Lyrics: ফাগুনী তুমি মোৰ আৱেগৰ দলিচাত প্ৰণয়ৰ ৰং সানি প্ৰেমৰ আঁচলখন লোৱানা সাৱটি নাজানো মই তোমাৰ তুমিনো মোৰ কোন কেনেকৈ বুজি পাম তুমি মোৰে আপোন বুকু জুৰ পৰি যায় তোমাকে কাষতে পায় হিয়া মোৰ উৰি যায় তোমাৰ কাষলে সদায় তুমি আহি ল’লাহি মোৰ হৃদয়তে থিতাপি তুমি মনৰে মিনতি তুমি এচাতি ফাগুনী কি সুৰ বাজিলে বুকুত কঁপিছে হিয়া দেখোন অচিনা হ’লেও এই ৰাগী কিয়নো লাগে আপোন মলয়া বতাহজাকত আজি কিহৰে শিহৰণ তুমিয়েই উশাহ মোৰ তোমাতেই আজীৱন তোমাৰ সুৰৰ ৰাগীত মতলীয়া মোৰ মন উৰি ফুৰে দেখোন পল প্ৰতিপল তুমি আহি ল’লাহি মোৰ হৃদয়তে থিতাপি তুমি মনৰে মিনতি তুমি এচাতি ফাগুনী কি সুৰ বাজিলে বুকুত কঁপিছে হিয়া দেখোন অচিনা হ’লেও এই ৰাগী কিয়নো লাগে আপোন তুমিয়েই মোৰে সপোন তুমিয়েই এচাতি ফাগুন