আজিৰ দিনটোত হেলেনা ভৰালীৰ বাসগৃহৰ পৰিৱেশ চাওক....
Pratidin Time
0:00 / 0:00
আজিৰ দিনটোত হেলেনা ভৰালীৰ বাসগৃহৰ পৰিৱেশ চাওক....
37 068 просмотров · 8 ч назад
Pratidin Time
2,67 млн подписчиков
37 068 просмотров · 8 ч назад
এগৰাকী উদ্যোগী মহিলা আছিল হেলেনা ভৰালী। আজিৰ দিনটোত হেলেনা ভৰালীৰ বাসগৃহৰ পৰিৱেশ চাওক...উকা হৈ আছে দুটি কণমানিয়ে জীপাল কৰি ৰখা তিনিমহলীয়া ঘৰটো। ঘৰখনৰ প্ৰৱেশদ্বাৰত আজি ওলমি আছে শ্ৰদ্ধাঞ্জলিৰ বেনাৰ। হেলেনা ভৰালীয়ে নিয়মীয়াকৈ পঢ়িছিল ‘অসমীয়া প্ৰতিদিন’। আজি গেটতে ওলমি আছে বাতৰি কাকতখনৰ প্ৰতিলিপি। গৰাকীবিহীনভাৱে পৰি আছে স্কৰপিঅ’ বাহনখন। হেলেনা ভৰালীৰ জোনালীস্থিত বাসগৃহত বিৰাজ কৰিছে নিস্তব্ধতাই। হেলেনা ভৰালীৰ জোনালীস্থিত বাসগৃহৰ পৰা এক প্ৰতিবেদন।
#PratidinTime #AssamNews #guwahati