Перейти к содержимому

Ahar Dorei Ubhati Aatori ( অহাৰ দৰেই উভতি আঁতৰি গ'লা ) - by Gayatri Hazarika.

αѕѕαмєѕє σℓ∂ ѕσηgѕ (অসমীয়া পুৰণি গীত )

0:00 / 0:00

Ahar Dorei Ubhati Aatori ( অহাৰ দৰেই উভতি আঁতৰি গ'লা ) - by Gayatri Hazarika.

2 702 287 просмотров · 7 лет назад
αѕѕαмєѕє σℓ∂ ѕσηgѕ (অসমীয়া পুৰণি গীত )
356 тыс. подписчиков
2 702 287 просмотров · 7 лет назад
Assamese song of Gayatri Hazarika / Lyrics by Surya Kumar Raja / Melody by Syd. Saddulla / Original song was sung by Mandira Sharma Lahiri : Link -    • Ahar Dorei Ubhati Aatori Gola (অহাৰ দৰেই উ...   / Lyrics of the song : অহাৰ দৰে উভতি আঁতৰি গ'লা বাটে বাটে ফুল সিচি থৈ, ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে কৈ ॥ ভৰ বাৰিষাৰ মেঘৰ দৰেই আহিছিলা বুৰাও বুলি বৰষি বৰষি মোৰ হৃদয়ত তিয়ালা যে পথৰ ধূলি । নেজানো কিয়যে তুমি আঁতৰি গ'লা বুকুভৰা অভিমান লৈ ॥ বাৰিষাৰে ঢল আকৌ শুকাল মাথো পৰি ৰ'ল বালিচৰ জীৱন ডিঙা মোৰ তাতে মেলিলোঁ ব'ঠা তোমাৰ চেনেহৰ । আজি যে শুকাল প্ৰীতিৰ নদীখনি লাগি আছোঁ মোহনাত গৈ ॥