মহানগৰীত পুনৰ আৰক্ষীৰ গুলীচালনা....
Pratidin Time
0:00 / 0:00
মহানগৰীত পুনৰ আৰক্ষীৰ গুলীচালনা....
1 108 просмотров · 1 день назад
Pratidin Time
2,67 млн подписчиков
1 108 просмотров · 1 день назад
মহানগৰীত পুনৰ আৰক্ষীৰ গুলীচালনা। দুই গভাইত চোৰলৈ আৰক্ষীৰ গুলী। গুলীবিদ্ধ প্ৰশান্ত বড়ো আৰু ৰাহুল দাস। ভৰিত গুলীবিদ্ধ হৈ ভৰ্তি GMCHত। কাহিলীপাৰাৰ মহিলাৰ চেইন চুৰিৰ ঘটনাৰে জড়িত আছিল চোৰ দুটা। চেইন চুৰিৰ চেষ্টাৰে পথত চোঁচৰাই নিছিল মহিলাগৰাকীক। CCTVত বন্দী হোৱা দৃশ্য চাওক...কিদৰে মহিলাগৰাকীৰ চেইন চুৰি কৰিছিল চোৰ দুটাই...! ঘটনাৰ সবিশেষ চাওক...
#PratidinTime #AssamNews #guwahati