Koruna Sagor | কৰুণা সাগৰ | Horinam2024|| New dihanam | Assamese devotional song
RANGPUR MIX
0:00 / 0:00
Koruna Sagor | কৰুণা সাগৰ | Horinam2024|| New dihanam | Assamese devotional song
26 507 просмотров · 1 год назад
RANGPUR MIX
11,5 тыс. подписчиков
26 507 просмотров · 1 год назад
Koruna Sagor | কৰুণা সাগৰ | Horinam2024|| New dihanam | Assamese devotional song
শ্যামকানু ফুকনৰ সংগীত পৰিচালনাৰে...
লোক প্ৰচলিত কথা সুৰেৰে...
কথা :উৎপল খনিকৰ
সৌৰভ চুতীয়া
শ্যামকানু ফুকন
সংগীত ডিজাইন/সুৰ :শ্যামকানু ফুকন
কন্ঠ : ৰাজা প্ৰসাদ দত্ত
নয়ন নিবিড়
শ্যামকানু ফুকন
নেগেৰা: ডেভিদ ফুকন
খোল: শ্যামকানু ফুকন/ৰাজা প্ৰসাদ দত্ত
বাঁহী /তাল: শ্যামকানু ফুকন
মেলডি: পূৰব গোহাঁই আৰু পার্থ কুকিল
শব্দ গ্ৰহণ: ৰাজোত্তম বৰা (RK Studio, বালিঘাট)
শব্দ সংমিশ্ৰণ: পার্থ কুকিল (Reed Rhythm, Teok)
দৃশ্য গ্ৰহণ : ভৱেশ কোঁৱৰ
ক'ভাৰ ডিজাইন: সত্যজিত দেউধাই ফুকন
ডেভিদ ফুকন
দৃশ্যৰ সহ শিল্পী :বিভূতি ৰঞ্জন ওজা
মুন খনিকৰ
ধ্ৰুৱ গগৈ আৰু বিতুপন গগৈ ।
ভিদিঅ সম্পাদনা: সত্যজিত দেওধাই ফুকন
দৃশ্য গ্ৰহণৰ স্থান : কছাৰী সমাজৰ নামঘৰ ,গড়গাঁও বালিঘাত বৰকলা/লক্ষ্যজিত বৰুৱাৰ Studio ozone plus
বিশেষ কৃতজ্ঞতা :
কছাৰী সমাজৰ নামঘৰ ,গড়গাঁও বালিঘাত বৰকলা,
এই সমাজ খনৰ লগত জড়িত সকলো আই-বাপ সমস্তক সেৱা জনাইছোঁ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ। 🙏
পাংকু দত্ত( শিৱসাগৰ) , বিতুল দুৱৰী( ৰাজগড়),নয়নকৃষ্ণ খাটনিয়াৰ (বোকাজান),বিতুল দা ,পংকজ তামুলী(নাজিৰা),ৰাজু গগৈ (বাবা কাই)(দেওঘৰীয়া )
বীৰেণ ফুকন, টুলুমনি ফুকন (ডেভিদৰ পিতৃ-মাতৃ)
সদানন্দ ফুকন,উজ্বলি ফুকন (শ্যামকানুৰ পিতৃ-মাতৃ)
দীপক দত্ত,সন্ধ্যাৰাণী দত্ত (ৰাজা প্ৰসাদৰ পিতৃ-মাতৃ)
আপোনালোক সকলোৰে চৰণত সেৱা জনাইছোঁ 🙏 আমাৰ প্ৰথম গীত হিচাপে আমাক ইমান উৎসাহ দিয়াৰ বাবে। আশা কৰোঁ অনাগত দিনত আমাক আৰু উৎসাহ জনাব আৰু আশীৰ্বাদ কৰিব যাতে আমি ভৱিষ্যতে ভালকৈ এই সংগীতৰ ক্ষেত্ৰ খনত আগবাঢ়িব পাৰো 🙏। ধন্যবাদ🙏🙏🙏
dihanam
Assamese dihanam
horinam
bhokti geet
#assamesedihanam #dihanam_2024 #assamesesong
#bhokti_sangit #dihanam #horinam #devotional #new_assamese_dihanam
#new_assamese_horinam
#New_assamese_tukarigeet
#New_Assamese_BhoktiGeet
#dihanam
#horinam
#horinam_hit_song
#Sankardev_bhokti_song
#tukarigeet
#bhoktigeet
#dihanam_2024
#horinam_2024
#kamala_gogoi_dihanam
#puwar_horinam