📌 সমূহীয়া মৎস চিকাৰ অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰা।
GANA ADHIKAR
0:00 / 0:00
📌 সমূহীয়া মৎস চিকাৰ অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰা।
33 просмотра · 5 часов назад
GANA ADHIKAR
5,17 тыс. подписчиков
33 просмотра · 5 часов назад
📌 সমূহীয়া মৎস চিকাৰ অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰা।
📌 বিভিন্ন উৎসৱ পাৰ্বনৰ উপৰিও খালি বিল সমূহত গাৱৰ পুৰুষ-মহিলাই একেলগে মাছ ধৰি আনন্দ লাভ কৰে।
📌 সাম্প্ৰতিক সময়ত পশ্চিম কামৰূপ আৰু পূৱ গোৱালপাৰাৰ একাংশ খাল বিল জলাশয়ত দৈনিক শ শ জনজাতীয় পুৰুষ মহিলাই সমূহীয়াভাৱে মাছ মাৰিবলৈ অহা দেখা যায়।
📌 তেনে এক দৃশ্য দেখা গল কামৰূপৰ নগৰবেৰাৰ জামলাইত ।
This channel is a digital version of Dainik Gana Adhikar.
Dainik Gana Adhikar is an Assamese regional daily newspaper covering the state of Assam in North-East India. It is published from Guwahati. Gana Adhikar is owned by Unity Media & Infrastructure Limited. The newspaper started its journey as a fortnightly in 1994.
Our Facebook Page : / ganaadhikar
Our web page : https://ganaadhikar.com/
Contact Us : ganaadhikarlive786@gmail.com
whatsappno:9387813644