জুবিন যেন সি লগতে থাকে মোৰ সকলো কথাই সি জানেঃ মনজ্যোৎস্না মহন্ত গোস্বামী
Pratidin Time
0:00 / 0:00
জুবিন যেন সি লগতে থাকে মোৰ সকলো কথাই সি জানেঃ মনজ্যোৎস্না মহন্ত গোস্বামী
3 141 просмотр · 4 ч назад
Pratidin Time
2,66 млн подписчиков
3 141 просмотр · 4 ч назад
যোৱাবছৰৰ অভিশপ্ত দিনটো আজি আকৌ আহি পালেহি। আজি দিনটোতে ZEAL ক্ৰিয়েচনে এই গানটো ৰিলিজ কৰিছে। মোৰ মনত বিভিন্ন ঘটনা, বিভিন্ন কথা খেলাই আছে। প্ৰকৃততে জুবিনৰ কাৰণে গোটেই অসমখনেই ঘৰ আছিলে। সকলোকে সমান ব্যৱহাৰ কৰিছিলে, মাতষাৰ দিলে এনেকুৱা লাগে যেন সি লগতে থাকে মোৰ সকলো কথাই সি জানেঃ মনজ্যোৎস্না মহন্ত গোস্বামী
#PratidinTime #AssamNews #assam #zubeengargnewsongs #ZubeenDivas