Перейти к содержимому

পিযুষে কৰিব বিচাৰিছে পাম খেতি! অচিৰেই অসম হ'ব মৰুভূমি

NorthEast Now

0:00 / 0:00

পিযুষে কৰিব বিচাৰিছে পাম খেতি! অচিৰেই অসম হ'ব মৰুভূমি

980 просмотров · 1 день назад
NorthEast Now
468 тыс. подписчиков
980 просмотров · 1 день назад
📌মাৰাত্মক পাম অইলৰে অসমক মৰুভূমি কৰাৰ ষড়যন্ত্ৰ! 📌চৰ চাপৰিৰ মাটিক পৈতৃক সম্পত্তি হিচাপে ভাৱে নেকি মন্ত্ৰী পিযুষ হাজৰিকাই? 📌আয়ুসৰেখা স্বৰূপ চৰ-চাপৰিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামিছে ৰাজ্য চৰকাৰ! 📌ৰবিশস্য কৰা মাটিত পাম অইলৰ খেতি কৰাৰ যুক্তি ক’ত? 📌পাম অইলৰ খেতি কৰি অসমক মৰুভূমি সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ জীপাল কৃষক শ্ৰমিক সংঘৰ! ___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now