Roanoke Colony Disappearence || ৰোৱান'ক ক'লনীৰ ৰহস্য ||
Lenin kumar bora
0:00 / 0:00
Roanoke Colony Disappearence || ৰোৱান'ক ক'লনীৰ ৰহস্য ||
84 просмотра · 8 дн. назад
Lenin kumar bora
53 подписчика
84 просмотра · 8 дн. назад
১৫৮৭ চনত আমেৰিকাৰ Roanoke Colonyত বসতি স্থাপন কৰা প্ৰায় ১১৫ জন মানুহ হঠাৎ ক’লৈ নোহোৱা হ’ল? 😱 কোনো মৃতদেহ নাই, যুদ্ধৰ স্পষ্ট চিন নাই—কেৱল এডাল কাঠত খোদিত আছিল এটা ৰহস্যময় শব্দ, “CROATOAN”।
আজিও এই ঘটনাৰ প্ৰকৃত সত্য সম্পূৰ্ণৰূপে পোহৰলৈ অহা নাই। তেওঁলোক আন এটা জনজাতিৰ সৈতে মিলি গৈছিল নেকি, নে ইয়াৰ আঁৰত লুকাই আছিল আন কোনো ৰহস্য? জানিবলৈ চাওক Roanoke Colonyৰ অন্তৰ্ধানৰ এই ৰহস্যময় কাহিনী।
🎬 ইতিহাসৰ অজানা ৰহস্য জানিবলৈ আমাৰ YouTube চেনেলটো Subscribe কৰক।
#RoanokeColony #অসমীয়া #HistoryInAssamese #HistoricalMystery #UnknownHistory #AssameseDocumentary