Перейти к содержимому

ভোটৰ অধিকাৰ গণতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ।

REPUBLIC NE

0:00 / 0:00

ভোটৰ অধিকাৰ গণতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ।

29 просмотров · 1 день назад
REPUBLIC NE
5,08 тыс. подписчиков
29 просмотров · 1 день назад
📌ভোটৰ অধিকাৰ গণতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ।আৰু সেই ভোটাৰ তালিকাক লৈ এইবাৰ প্ৰশ্নৰ সন্মুখীন হৈছে দেশৰ নিৰ্বাচন আয়োগ। 📌কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ ভিতৰতে মতভেদৰ অভিযোগ। 📌Special Intensive Revision অৰ্থাৎ SIR-ৰ জৰিয়তে ভোটাৰ তালিকা সংশোধনক লৈ দুজন নিৰ্বাচন আয়ুক্তৰ আপত্তি আৰু এই সমগ্ৰ বিতৰ্কৰ কেন্দ্ৰবিন্দুত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ। . . #assam #news #newsupdate #republicne