লাখে লাখে মানুহ ৰাজপথলৈ ওলাই আহিলেহে ন্যায় পাব জুবিনে
The CrossCurrent
0:00 / 0:00
লাখে লাখে মানুহ ৰাজপথলৈ ওলাই আহিলেহে ন্যায় পাব জুবিনে
5 889 просмотров · 5 ч назад
The CrossCurrent
362 тыс. подписчиков
5 889 просмотров · 5 ч назад
লাখে লাখে মানুহ ৰাজপথলৈ ওলাই আহিলেহে ন্যায় পাব জুবিনে। মানুহ ওলাই আহিবলৈ আন্দোলনৰ নেতৃত্ব ল'ব গৰিমা শইকীয়াই। কেনেকৈ ন্যায় লাভ কৰিব জুবিন গাৰ্গে? গৰিমা শইকীয়াৰ এখন পত্ৰৰ আঁত ধৰি অখিল গগৈৰ দাবী। গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বতহে জুবিনৰ ন্যায়ৰ দাবীত হ'ব ফলপ্ৰসূ একত্ৰিত সংগ্ৰাম।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews