Перейти к содержимому

মহাৰাষ্ট্ৰত নিৰ্বাচনী সভাত অংশ ল’ব নোৱাৰিলে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে।

Pratidin Time

0:00 / 0:00

মহাৰাষ্ট্ৰত নিৰ্বাচনী সভাত অংশ ল’ব নোৱাৰিলে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে।

2 088 просмотров · 1 г. назад
Pratidin Time
2,67 млн подписчиков
2 088 просмотров · 1 г. назад
২০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে শাসক আৰু বিৰোধীৰ মাজত তীব্রতৰ হৈছে নিৰ্বাচনকেন্দ্রিক যুঁজ। মঙলবাৰে মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিৰোধীৰ উমৈহতীয়া মঞ্চ মহাবিকাশ আঘাড়ীয়ে মহাৰাষ্ট্ৰৰ উন্নয়নত বাধা দিয়াৰ অভিযোগ তোলে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। ইফালে বিমানৰ কাৰিকৰী বিজুতিৰ বাবে মহাৰাষ্ট্ৰত নিৰ্বাচনী সভাত অংশ ল’ব নোৱাৰিলে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে। #pratidintime #rahulgandhi #narendramodi #maharastra