কিডনীত পাথৰ হ'লেই অপাৰেশ্যন নকৰিব । (8811090500)
Dr Joy Narayan Chakraborty best urologist
0:00 / 0:00
কিডনীত পাথৰ হ'লেই অপাৰেশ্যন নকৰিব । (8811090500)
2 406 просмотров · 1 год назад
Dr Joy Narayan Chakraborty best urologist
193 подписчика
2 406 просмотров · 1 год назад
কিডনীত পাথৰ ?
চিন্তা কৰাৰ কোনো কাৰণ নাই।
পৃথিৱীত কোনো দৰৱ নাই কিডনীৰ পাথৰ আঁতৰাবলৈ।
অলপ ধৈৰ্য আৰু সহ্যৰ প্ৰয়োজন ৰোগীৰ।
কিডনীত পাথৰ হ'লেই অপাৰেশ্যন নকৰিব ।
দুই তিনিজন চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
#kidneyhealth #kidneydisease #kidneystone #assamesepodcast #assamyoutube
#urologytreatment #urologycare #guwhati #joynarayanchakarborty #doctor