নিতুমণি শইকীয়াৰ প্ৰশ্নত থকাসৰকা অখিল গগৈ: মাজপথতে এৰিলে মঞ্চ।
Simply Biju
0:00 / 0:00
নিতুমণি শইকীয়াৰ প্ৰশ্নত থকাসৰকা অখিল গগৈ: মাজপথতে এৰিলে মঞ্চ।
427 733 просмотра · 5 мес. назад
Simply Biju
13,9 тыс. подписчиков
427 733 просмотра · 5 мес. назад
অখিল গগৈৰ বিস্ফোৰক অভিযোগ— তিনি গগৈৰ ঐক্য ভাঙি বিৰোধী শিবিৰক ধ্বংস কৰিলে গৌৰৱ গগৈয়ে! ৰাজনৈতিক মঞ্চত এতিয়া তোলপাৰ। কিন্তু লাইভ অনুষ্ঠানত কি হ’ল? জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াৰ তীক্ষ্ণ প্ৰশ্নৰ সন্মুখত থকাসৰকা হ’ল বিধায়ক অখিল গগৈ। যুক্তিৰ যুদ্ধত হাৰ মানি আধাতে মঞ্চ এৰি পলালনে অখিল গগৈ? অসমৰ ৰাজনীতিৰ এই ডাঙৰ খবৰটো বিতংভাৱে জানিবলৈ সম্পূৰ্ণ ভিডিঅ’টো চাওক।