কিম জং উনৰ নিষ্ঠুৰ আৰু অত্যাচাৰি শাসন দেখি বুকু কঁপি উঠিব আপোনাৰ | উত্তৰ কোৰিয়াৰ 20টা আজব আইন| Facts
ADC Knowledge Hub
0:00 / 0:00
কিম জং উনৰ নিষ্ঠুৰ আৰু অত্যাচাৰি শাসন দেখি বুকু কঁপি উঠিব আপোনাৰ | উত্তৰ কোৰিয়াৰ 20টা আজব আইন| Facts
14 838 просмотров · 7 дней назад
ADC Knowledge Hub
79,6 тыс. подписчиков
14 838 просмотров · 7 дней назад
কিম জং উনৰ নিষ্ঠুৰ আৰু অত্যাচাৰি শাসন দেখি বুকু কঁপি উঠিব আপোনাৰ | উত্তৰ কোৰিয়াৰ 20টা আজব আইন| Facts
উত্তৰ কোৰিয়াত এটি শিশুৰ জন্ম হয় কিন্তু জন্ম হোৱাৰ লগে লগে সেই নিৰীহ শিশুটিক বিশ্বাসঘাতক বুলি ঘোষণা কৰি দিয়া হয়। উত্তৰ কোৰিয়া ইয়াৰ কঠোৰ আইনৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত আৰু ইয়াৰে কিছুমানতো শুনি বিশ্বাস কৰাটোও কঠিন। যেনে ইয়াত ইলেকচন হয় কিন্তু ভোটদানৰ কোনো option এই নাথাকে। ভোট কেৱল এজন ব্যক্তিকেই দিব পাৰিব আৰু যদি নিদিয়ে, তেন্তে চিধাই জেললৈ যাব লাগিব। ইয়াত টিভিৰ কেৱল এটাই চেনেল আছে আৰু চেনেল change কৰাৰ কোনো option নাই। উত্তৰ কোৰিয়া সম্ভৱতঃ পৃথিৱীৰ একমাত্ৰ দেশ য 'ত অপৰাধ কৰাৰ বাবেই নহয়, বৰঞ্চ অপৰাধ চিন্তা কৰাৰ বাবেও হয়তো আপুনি জেললৈ যাব লগীয়া হব পাৰে। adc knowledge hub ৰ আন এটি খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ।
#facts #northkorea #kimjongun #assam #assamese #adcknowledgehub
The content is created for educational, motivational, and entertainment purposes only.
Copyright Disclaimer under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational, or personal use tips the balance in favor of fair use.