দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বৰ্খাস্তৰ দাবীত দিল্লী কঁপালে বিৰোধীয়ে
Pratidin Time
0:00 / 0:00
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বৰ্খাস্তৰ দাবীত দিল্লী কঁপালে বিৰোধীয়ে
6 280 просмотров · 10 ч назад
Pratidin Time
2,67 млн подписчиков
6 280 просмотров · 10 ч назад
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বৰ্খাস্তৰ দাবীত দিল্লী কঁপালে বিৰোধীয়ে। জ্ঞানেশ কুমাৰ আৰু বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ সন্মিলিত প্ৰতিবাদ। সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল। কিন্তু আধাবাটতে প্ৰতিবাদকাৰীসকলক বাধা দিয়ে আৰক্ষীয়ে। আৰক্ষীৰ এনে ভূমিকাত ক্ষুণ্ণ ৰাহুল গান্ধী । দেশক বিশ্বাসঘাতকতা কৰা কোনো ব্যক্তিকেই ৰেহাই দিয়া নহ’ব বুলি হুংকাৰ ৰাহুল গান্ধীৰ। জ্ঞানেশ কুমাৰক বৰ্খাস্ত নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ বিৰোধী দলসমূহৰ।
#pratidintime #delhi #india