Перейти к содержимому

📌জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত। সাক্ষ্য দিবলৈ আদালতত উপস্থিত সন্দীপন-অমৃতপ্ৰভা।

News Live

0:00 / 0:00

📌জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত। সাক্ষ্য দিবলৈ আদালতত উপস্থিত সন্দীপন-অমৃতপ্ৰভা।

3 017 просмотров · 10 ч назад
News Live
3,33 млн подписчиков
3 017 просмотров · 10 ч назад
📌জুবিন গাৰ্গ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত। সাক্ষ্য দিবলৈ আদালতত উপস্থিত সন্দীপন গাৰ্গ। 📌জে'লৰ পৰা ওলোৱাৰ পাছত প্ৰথমবাৰলৈ সাক্ষ্য দিবলৈ আদালতত উপস্থিত সন্দীপন। 📌আজিও অধিবক্তাৰ বেষ্টনীত আদালতত উপস্থিত জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত। 📌ফাষ্টট্ৰেক আদালতত হাজিৰ দেৱ বৰকটকী। জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু তথা NK প্ৰডাকচনৰ স্বত্ত্বাধিকাৰী দেৱ বৰকটকীয়ে দিব সাক্ষ্য। Like the official facebook page of News Live:   / newslivetvofficial   Follow News Live on twitter:   / newsliveghy   Connect to our instagram account:   / newsliveghy   Visit our website for all news updates: http://newslivetv.com/