'শিৱসাগৰৰ প্ৰতিটো পৰিয়ালত হোৱা নাই ছাৰ্ভে....' প্ৰতিবাদস্থলীৰ পৰা এই মন্তব্য বিধায়ক অখিল গগৈৰ
Pratidin Time
0:00 / 0:00
'শিৱসাগৰৰ প্ৰতিটো পৰিয়ালত হোৱা নাই ছাৰ্ভে....' প্ৰতিবাদস্থলীৰ পৰা এই মন্তব্য বিধায়ক অখিল গগৈৰ
2 187 просмотров · 6 ч назад
Pratidin Time
2,67 млн подписчиков
2 187 просмотров · 6 ч назад
'বহু লোকৰ ঘৰত ছাৰ্ভে হোৱা নাই....শিৱসাগৰৰ প্ৰতিটো পৰিয়ালত হোৱা নাই ছাৰ্ভে...৫৭ হাজাৰ বানাক্ৰান্তৰ তালিকা হ’ব প্ৰথমে...বাচন-বৰ্তন, কিতাপ-পত্ৰ সকলো শেষ হৈ গৈছে বানত...ক্ষতিপূৰণ দিবলৈ যেতিয়া নাম আহিল তাত কেৱল ৮টা পৰিয়ালৰহে নাম আহিল...আমাৰ ঘৰৰ তিনিওখন দুৱাৰে ভাঙি লৈ গুছি বানে...যিমান বস্তু আছিলে সব শেষ হৈ গৈছে...' প্ৰতিবাদস্থলীৰ পৰা এই মন্তব্য বিধায়ক অখিল গগৈৰ
#PratidinTime #AssamNews #sivasagar #AkhilGogoi