Перейти к содержимому

Herowa xubakh/Aryan kashyap/Tribute to zubeen garg/হেৰোৱা সুবাস

Aryan Kashyap_Official

0:00 / 0:00

Herowa xubakh/Aryan kashyap/Tribute to zubeen garg/হেৰোৱা সুবাস

900 просмотров · 11 дней назад
Aryan Kashyap_Official
25 подписчиков
900 просмотров · 11 дней назад
Audio Credits Singer/Composer/ Lyrics: Aryan kashyap Music by: Anupam Jyoti Medhii. Guitar by: Rishi Mani Mix & Master By: Diganta Sharma. Audio Record at: The Audio Labb & MK Digital. এজাক চৰাই উৰি যায়, সোৱৰণি হৈ৷ বুটলি আন, হেৰোৱা সুবাস৷ সোণালী দিন বোৰ৷ কিয় হেৰাওঁ নিমিষতে , আপোন জনৰ সঁহাৰি? কিয় হেৰাওঁ পলকতে, চিনাকি বাটৰ সুহুৰি? মায়া হৈ আজি ছাঁয়া ধৰে ছানি৷ এন্ধাৰৰ সৈতে যুজি যুজি৷ বুকুৰ অগনি, নীৰৱ শিখা হৈ,নজ্বলিবা চিৰদিন৷ জ্বলে মাথোঁ নিৰৱ ধোৱাঁ ৷ আশাৰ বাটত নামে নিৰাশা, নিৰাশাই আনে হতাশা৷ হতাশাত নহওঁ দিশহাৰা৷ তথাপি কিয় হেৰাওঁ নিমিষতে, তথাপি কিয় হেৰাওঁ পলকতে, চিনাকী বাটৰ সুহুৰি৷ আপোন জনৰ সহাঁৰি৷ হে এজাক চৰাই উৰি যায়৷ সোৱৰণি হৈ৷ বুটলি আন হেৰোৱা সুবাস, সোণালী দিনবোৰ৷ #zubeengarg #assamesemusic #northeastindia #assamesevideo #assam #northeastmusic #garima #digitalart #musicvideo #rockmusic #rimjhim #indipop #justiceforzubeengarge